সৰুহৰিদ আঞ্চলিক ছোছিয়েল ওৱেলফাৰ এছোছিয়েছন (NGO)ৰ উদ্যোগত সৰুহৰিদ জমেৰকুৰ বজাৰ খেল পথাৰ প্ৰঙনত প্ৰথম বাৰ্ষিক প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

 

প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা


Youtube Channel

বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুহৰিদ আঞ্চলিক ছোছিয়েল ওৱেলফাৰ এছোছিয়েছন (NGO)ৰ উদ্যোগত সৰুহৰিদ
জমেৰকুৰ বজাৰ খেল পথাৰ প্ৰঙনত
প্ৰথম বাৰ্ষিক প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
আজি খেল খন শুভ উদ্বোধনী কৰা হয়।
এই প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলত সৰুহৰিদ
লোকেল দলক ৭ অভাৰট অল্ল উইকেট  কৰি পৰাজিত কৰে৷
খেলখনত সৰুহৰিদ লোকেল দলে পুন প্ৰথমে বেট ধৰি ৭ অভাৰত অল্ উইকেট হেৰুৱাই ৫৩ ৰাণ সংগ্ৰহ কৰে৷
খৰিচালা SP KING'S দলটোৱে।
৪ অভাৰত ৪ টা উইকেটৰ বিনিময়তে ৫৭ ৰাণ সংগ্ৰহ কৰি বিজয় লাভ কৰে।
আজি এই খেল খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী মুনিৰ উদ্দিনে ।
খেলপথাৰত গাঁৱৰ যুৱক-যুৱতী সকলোৱে অতি শৃঙ্খলাৱদ্ধভাবে উদ্বোধনী পৰ্ব আগুৱাই নিয়ে। খেলৰ পূৰ্বে বিশিষ্ট অতিথিসকলক একোখনকৈ সম্বৰ্ধনা জনোৱা হয়।
খেল পৰিচালনা সমিতিযে  প্ৰতিযোগিতাত সকলোৰে উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। খেলত কেবাটাও ক্ৰিকেট দলে অংশ লোৱা বুলিও জানিব পৰা গৈছে।




 

Post a Comment

Previous Post Next Post